গৌৰৱ গগৈ ১৯,৬২৬ ভোটত পিছ পৰি আছে হিতেন্দ্ৰ নাথ গোস্বামী লাভ কৰিছে ৬৩,৫০৮ ভোট গৌৰৱ গগৈ লাভ কৰিছে ৪৩,৮৮২ ভোট...
যোৰহাট নিৰ্বাচন ২০২৬ বিজেপি আগবাঢ়া
পাঁচ ৰাউণ্ড গণনাৰ অন্তত বিজেপিৰ স্পষ্ট আগবাঢ়া কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ৮,০১৪ ভোটত পিছপৰি বিজেপিয়ে লাভ কৰিছে ২৩,৩১৯ ভোট কংগ্ৰেছে...
