শালকোচা : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাত ছাত্ৰীৰ ওপৰত আক্ৰমণ
- চাপৰৰ শালকোচাত ছাত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ
- প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই সংঘটিত ঘটনা
- আমীৰ হুচেইনৰ নেতৃত্বত দলবদ্ধ আক্ৰমণৰ অভিযোগ
- আহত ছাত্ৰীসহ আন এজন চিকিৎসালয়ত ভৰ্তি
- নিশা শ শ লোক ৰাজপথলৈ নামি তীব্ৰ প্ৰতিবাদ
- আৰক্ষীৰ তদন্ত অব্যাহত
সমগ্ৰ সমাচাৰ সেৱা
শালকোচা, ১১ এপ্ৰিল:মিঞাৰ বিৰুদ্ধে নিশা শ শ লোক উলাই আহিছে। অকাংশ মিঞাই ছাত্ৰীৰ বিৰুদ্ধে সংঘটিত কৰিছিল ভংকৰ ঘটনা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবে ছাত্ৰীক আক্ৰমণ কৰিছিল। ইয়াৰ বাবে নিশা শ শ লোক ৰাজ পথলৈ উলাই আহিল। চাপৰৰ শালকোচা আমীৰ হুচেইনৰ নেতৃত্বত দলবদ্ধ আক্ৰমণৰ ঘটনাই জোকাৰিছে গৈছে অসম। ঘটনাত আহত ছাত্ৰীগৰাকী সহ আন এজনক চিকিৎসালৈত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তদন্তু অব্যাহত ৰাখিছে। মিঞা গ’ বেক মিঞাৰ দাদাগিৰী নচলিব বুলি স্থানীয় ৰাইজৰ লগতে সচেতন মহল ৰাজথপথলৈ উলাই আহি প্ৰতিবাদ সাব্যস্থ কৰিছে।
