বাংলাদেশৰ অস্থিৰতা, সীমান্ত সংকট আৰু ভাৰতৰ নিৰাপত্তা আশংকা
আল-তাকিয়া
দিগন্ত গোস্বামী
সমগ্ৰ সমাচাৰ সেৱা
অসম, ২৬ মে’: বহু আগতেই লিখিছিলো, পুনৰ লিখিছোঁ কেৱল আৰু কেৱল বাংলাদেশী মুছলমানেই নহয় পাকিস্তান ভাৰতৰ মুছলমান মাদ্ৰাছাৰেই প্ৰতিনিধিত্ব কৰে । বাংলাদেশত কোন দিনা বিস্ফোৰণ ঘটে ঠিক ক’ব নোৱাৰি।
হয়তো আগন্তুক ৫/১০ বছৰৰ ভিতৰত আপুনি স্বচক্ষে দেখিব । তাৰেই সমান্তৰাল ভাৱে ভাৰতত, যি ভাৰতৰ কাৰণে ভয়াৱহ বিপদ কঢ়িয়াই আনিব । বহু ৰাষ্ট্ৰই সেইটোৱেই হোৱাটো বিচাৰে, ভাৰত ক্ষতিগ্ৰস্ত হওঁক । হয়তো ভাৰতীয় জনতাই বিষয়টিক সাধাৰণ ভাৱে লৈছে । বাংলাদেশৰ দেৰ কোটি হিন্দুৰ জীৱন বিপন্ন প্ৰায় । বাংলাদেশত দুৰ্ভিক্ষ হ’লে, যুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ নাগৰিক ম্যানমাৰ নাযায়, বা সেই দেশত সোমাব নিদিয়ে, ভাৰতলৈকে আহিব ।
জল পথেৰে ঠাইলেণ্ড মালয়েছিয়ালৈ গ’লে জাকে পালে পানীত ডুবি মৰিব । কিমান যে ৰহিংগীয়া পানীত ডুবি মৰিল, খবৰ ৰাখিছেনে কোনোৱে । তেনে অৱস্থাত বাংলাদেশীয়ে আশ্ৰয় বিচাৰিব ক’ত, যাব কলৈ ? বাংলাদেশীৰ শেষ নিৰাপদ আশ্ৰয়, অন্তিম ভৰসা ভাৰত বাংলা সীমান্ত ____
সুযোগ পালেই কোটি কোটি ভাৰত বিৰোধী মুছলমান ভাৰতত সোমাই পৰিব, নিৰাপত্তা হীন হিন্দু বাংলাদেশীৰ আগতেই । আজি যি সকল বাংলাদেশৰ ভাৰত বিৰোধী মুছলমান, সেই সকলো ভাৰতলৈ আহিব । ভাৰতৰ মাটিত ডাঙৰ ডাঙৰ উখোৱা চাউল সিজাই খাব বা খাব লাগিব । একেবাৰে ৰহিঙীয়াৰ দৰে ।
এই লেখাটি ভাৰত চৰকাৰৰ লগতে ভাৰতৰ প্ৰতি গৰাকী জনতাৰ কাৰণে । বিগত সময়ৰ অভিজ্ঞতাৰে ক’ব বিচাৰোঁ । মুছলমানে যেতিয়া আপোচ কৰিবৰ চেষ্টা কৰে, আমি সাৱধান হ’ব লাগিব । হয়তো আপোনাৰ চেকুলাৰ দৃষ্টিৰে আপুনি দেখা নাপাব বা দেখা নাই__
৭১ৰ পুনৰাবৃত্তি ঘটিব । সেই সময়ত এজন শেখ মুজিবুৰ আছিল । আজি কোনো নাই । দক্ষিণ এছিয়াৰ মাইন বাংলাদেশ । যি কোনো সময়ত বিস্ফোৰণ ঘটিব, সৰ্বাত্মক ধ্বংস মাতি আনিব । যি কোনো ডাঙৰ ডাঙৰ ঘটনা দুৰ্ঘটনাৰ আগতে সৰু সৰু আপদে দেখা দিয়ে । বাংলাদেশত সংঘটিত ৫আগষ্ট ২০২৪ৰ সেই ভয়ংকৰ আপদ আহিব লগা মহা বিপদৰ সংকেট আছিল ।
পাকিস্তানত বহু বাট পথৰ নাম সলনি কৰিছে । ভাৰতীয় উপমহাদেশৰ ঐতিহ্যক সন্মান জনাইছে । ভাৰতত উগ্ৰ মৌলবাদী মুছলমানৰ এটা অংশই ঈদত গো হত্যাৰ পৰা আঁতৰি থাকিব বুলিছে । বহুতেই গো বধ কৰিবলৈ বাৰণ কৰিছে । ইমানেই নহয়, ইহঁতে “জয় শ্ৰী ৰাম”ৰ শ্লোগান দিছে । ই মোৰ মনত সন্দেহৰ সৃষ্টি কৰিছে, এদিনতে মানুহ ইমান সলনি হ’ব পাৰেনে ? যিহেতু মুছলমানৰ ধাৰ্মিক মান্যতাৰ ওপৰত সাধাৰণ প্ৰশ্ন এটা কৰিব নোৱাৰে । আজিও যাৰ পৃথিৱী চেপেতা, সূৰ্য পৃথিৱীৰ চাৰিওকাষে প্ৰদক্ষিণ কৰে। সেই সকলক বিশ্বাস কৰিব পাৰিনে ? মই হলে নিশ্চিত ভাৱেই বিশ্বাস নকৰোঁ। এই আপোচ ‘আল তাকিয়াৰেই অংশ যে নহয়, তাক প্ৰমাণ কৰিব কোনে ।।
