Global Assam News

Global and Local Assam News Website

অসম-ভুটান সম্পৰ্ক শক্তিশালী কৰাৰ নতুন পদক্ষেপ

ভূটানৰ প্ৰধানমন্ত্ৰী ডাশো ৎশেৰিং টোবগে সোমবাৰে চৰকাৰী ভ্ৰমণে অসমত উপস্থিত। গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথি গৃহত তেওঁক উষ্ম আদৰণি জনোৱা হয়।...