হিন্দু যুৱতীৰ দাম

অসমত প্ৰায়ে হিন্দু যুৱতী মুছলমানৰ যুৱকৰে সংসাৰ পতা, নৈশ বিহাৰত দুৰ্ঘটনাত মৃত্যুৰ বাতৰি পাই আছোঁ । তাৰ কাৰণ আমাৰ সংস্কাৰ হীন সামাজিক পৰিবেশ, নহ’লে হিন্দু যুৱকৰ লগত মুছলমান যুৱতীক দেখা নাযায় কিয় ?
“বামুণ ছোৱালীৰ মূল্য ২০ লাখ, সাধাৰণ জাতিৰ ১৫ লাখ আৰু দলিত ছোৱালীৰ মূল্য ১০ লাখ মাত্ৰ”
অসমৰ বেলিকা ভুমি পুত্ৰ জনজাতীয় মুলৰ যুৱতীৰ মূল্য হয়তো বামুনত কৈ বেছি হ’ব ।
ৰাজস্থানৰ ব্যাৱৰত স্কুলীয়া ছাত্ৰীক ভয় ভীতিৰে ধৰ্মান্তৰিত কৰাৰ এক খবৰ আহিছি তাৰ পাছত উত্তৰ প্ৰদেশৰ কেইবাটাও বাতৰিয়ে সংবাদ জগত দখল কৰিছে । এনে কাৰ্যৰে জড়িত বহু অপৰাধিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে । যি কেইজনে নাবালিক গাভৰুক ধৰ্ম পৰিবৰ্তন কৰাৰ বাবে ব্লেক মেইল কৰিছিল । আৰক্ষীয়ে আটক কৰা যুৱকৰ হাতত জাতি হিচাপে হিন্দু যুৱতীৰ মূল্য নিৰ্ধাৰিত তালিকা এখন পাইছে_ তাত বামুণ ছোৱালীৰ মূল্য ২০লাখ আৰু দলিত ছোৱালীৰ মূল্য ১০লাখ টকা নিৰ্ধাৰণ কৰা হৈছে । সেই ধন কোনো ইছলামিক সংগঠনে ব্যয় কৰে । সংঘটিত ঘটনাৰ আৰক্ষীৰ অনুসন্ধানত এনে ভয়ংকৰ তথ্য ৰাইজৰ সন্মূখলৈ আহিছে ।
স্কুল নেদেখা মুছলমান ল’ৰাই হিন্দু ছোৱালীক ধৰ্মান্তৰিত কৰাৰ বাবে কি কৰিব নোৱাৰে । বিষয়টো সাধাৰণ ভাৱে ল’ব পৰা নাই সচেতন লোকে । ৯২ চনত এশ জনী ছোৱালীক অপহৰণ ধৰ্ষণৰ এটা বাতৰিয়ে সমগ্ৰ ভাৰততে খলকনিৰ সৃষ্টি কৰিছিল, ঘটনাটো ৰাজস্থানৰেই আছিল । সম্প্ৰতি লণ্ডনত গ্ৰুমিং গ্ৰুপৰ বাতৰি সকলোৱে জানে ।
ইজিপ্ট নাইজেৰিয়া আদিত মুছলমান যুৱকে অমুছলমান যুৱতীক বিবাহৰ জড়িয়তে ধৰ্মান্তৰিত কৰিলে নগদ ধনৰ পুৰস্কাৰ লাভ কৰে ।
গতিকেই ভাৰতত সংঘটিত এই ঘটনা সমূহ এক বৃহৎ ইছলামিক মৌলবাদী চক্ৰৰ পৰিকল্পিত অপৰাধ বুলিয়েই ধৰিব লাগিব ।
তাৰ কাৰণে হিন্দু সমাজৰ চেকুলাৰ চৰিত্ৰ, বামপন্থী মানসিকতাৰ লগতে সংস্কাৰ হীন চৰিত্ৰও দায়ী । এটা কথা কবই লাগিব ঘৰৰ নিয়ন্ত্ৰণ হীন যুৱতীৰ উদণ্ড চৰিত্ৰৰ কাৰণ নিশ্চয় আলোচনাৰ বিষয় হোৱা উচিত ।
ইহঁত খন্তেকীয়া সুখ বিচাৰি নিজৰ জীৱন ধ্বংস কৰিছে তাক বুজাবলৈ আমি কিয় অক্ষম ?
